ৰাভা সংগীত lyrics – Rabha Sangeet

 “Best of Bishnu Prasaad Rabha” Song Video

ৰাভা সংগীত lyrics

জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননী ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি,
কলিজাৰ চাকি জালিলে দীপালি
বুকুৰ অগনি জালি,
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি,
স্বামীকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি,
জয় দেউলৰ শিলত বোলালে
সোণৰ গৰিমা বোল,
আজিও কুলিয়ে কলচিত বহি
তোলে বিননী ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

সেই সাগৰৰ তেজৰ টুপিৰে
শুনোৱা ৰাঙলি তুলি,
জ্বলোৱা দীপালি চাকিৰ তীখাৰে
হৃদয় শলিতা জালি,
উঠা অসমৰ গাভৰু ছোৱালী
জাগা অসমীয়া দল,
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল,
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই,
জয়া নাই জয়া নাই
জয়া নাই জয়া নাই….

TITLE
ARTIST
ALBUM

Rongot Badhiso Ghar
ৰঙত বান্ধিছ ঘৰ
জীবেন্দ্ৰমোহন দেবশৰ্মা
ৰাভা সংগীত

Dukhiyar Kolija
দুখীয়াৰ কলিজা
দিলীপ দাস
ৰাভা সংগীত

Rodalie Rod De
ৰ’দালিয়ে ৰ’দ দে
সন্ধ্যা মেনন
ৰাভা সংগীত
Luitor Parore Rupohi Kuwori
লুইতৰ পাৰৰে ৰূপহী কুঁৱৰী
তৰালি শৰ্মা
ৰাভা সংগীত
Bejaror Sokulu
বেজাৰৰ চকুলো
দূৰ্গাময়ী বৰা
ৰাভা সংগীত
Kar Nupuror Dwoni Baje
কাৰ নুপুৰৰ ধ্বনি বাজে
কমল নাৰায়ন চৌধুৰী
ৰাভা সংগীত
Karkhanar Sithi Humuniah
কাৰখানাৰ চিঠি হুমুনিয়াহ
দেৱজিৎ চৌধুৰী
ৰাভা সংগীত
Aajoli Hiyar Maje
আজলী হিয়াৰ মাজে
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
Hey Biplobi Bir
হে বিপ্লৱী বীৰ
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
O Pujari Aadori
অ’ পূজাৰী আদৰি
লোকনাথ গোস্বামী
ৰাভা সংগীত
Aami Biplab Potholoi Aguam
আমি বিপ্লৱ পথলৈ আগুৱাম
জুবিন গাৰ্গ
ৰাভা সংগীত
Olia Bolia Krishnai Kolia
অলিয়া বলিয়া কৃষ্ণাই কলীয়া
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
Naur Bhoroxa Nai
নাৱৰ ভৰষা নাই
পংকজ বৰদলৈ
ৰাভা সংগীত
Junbai Ei Beji Eti Dia
জোনবাই এ তৰা এটি দিয়া
ৰাভা সংগীত
Kuruwa Botahe O
কুৰুৱা বতাহে অ’
সন্ধ্যা মেনন
ৰাভা সংগীত
Tilai Tilaii
টিলাই টিলাই
তৰালি শৰ্মা
ৰাভা সংগীত
Kiba Je Nai Aji Nai
কিবা যেন নাই আজি নাই
পংকজ বৰদলৈ
ৰাভা সংগীত
O Axomia Deka Dol
অ’ অসমীয়া ডেকা দল
সমবেত
ৰাভা সংগীত
Ulahere Nasi Bagi
উলাহেৰে নাচি বাগি
ৰাভা সংগীত
Phool Konworir Ros Sumi Loi
ফুল কুঁৱৰীৰ ৰস চুমি লৈ
ড° সংগীতা কাকতি
ৰাভা সংগীত
Tejor Bulere Likhi Jam
তেজৰ বোলেৰে লিখি যাম
ড° অনিমা চৌধুৰী
ৰাভা সংগীত
Ajoli Suali
আজলী ছোৱালী
ড° অনিমা চৌধুৰী
ৰাভা সংগীত
Guru Mur Sankar
গুৰু মোৰ শংকৰ
ড° ভূপেন হাজৰিকা,হাচিনা হাজৰিকা
ৰাভা সংগীত
Roi Roi Keteki Binao
ৰৈ ৰৈ কেতেকী বিনা অ’
ড° অনিমা চৌধুৰী
ৰাভা সংগীত
Uti ja Rupali Nau
উটি যা ৰূপালী নাও
পংকজ বৰদলৈ
ৰাভা সংগীত
Jaya Nai Jaya Nai
জয়া নাই জয়া নাই
জুবিন গাৰ্গ
ৰাভা সংগীত
Kaxote Kolosi Loi
কাষতে কলচী লৈ
ড° ভূপেন হাজৰিকা
ইন্দ্ৰমালতী
Bishwar Chande Channde
বিশ্বৰ ছন্দে ছন্দে
পংকজ বৰদলৈ,ড° অনিমা চৌধুৰী,আৰিফুল হক
ৰাভা সংগীত
Bol Bol Bol Krishok Shakti Dol
বল বল বল কৃষক শক্তি দল
সমবেত
ৰাভা সংগীত
Bilote Haliche Dhunia Podumi
বিলতে হালিচে ধুনীয়া পদুমী
ৰাভা সংগীত
Kakhote Kolosi Loi
কাষতে কলচী লৈ
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
Nichola Aaire
নিচলা আইৰে
মালবিকা বৰা,শ্বাস্বতি ফুকন
ৰাভা সংগীত
Mur Kobitar Chando Lagi
মোৰ কবিতা ছন্দ লাগি
পংকজ বৰদলৈ
ৰাভা সংগীত
Logon Ukoli Gol
লগন উকলি গ’ল
সংগীতা বৰঠাকুৰ
ৰাভা সংগীত
Aji Mondiror Duar Khula
আজি মন্দিৰৰ দুৱাৰ খোলা
সমবেত
ৰাভা সংগীত
Xurore Deulore
সুৰৰে দেউলৰে ৰূপৰে শিকলি
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
Nahor Phule Nuxuwai
নাহৰ ফুলে নুশুৱাই
ৰাভা সংগীত
Mur Jibonor Akaxote
মোৰ জীৱনৰ আকাশতে
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত
Aiye Mor Hekh Gaan
এই মোৰ শেষ গান
খগেন মহন্ত
ৰাভা সংগীত
Porojonomor Xubha Logonor
পৰজনমৰ শুভ লগনৰ
ড° ভূপেন হাজৰিকা
ৰাভা সংগীত

 

Leave a Reply

Your email address will not be published. Required fields are marked *